খিচিৰি ভাত (Assamese) [ Roman: khi.si.ri bhat]
    Contributed by: Partha P Sarmah on 2009-10-27
    1. Cuisine-Food(Material Noun-Neuter) mixture of rice and daal (sometimes with potato and other vegitables) cooked together with ghee/oil and spices. চাউল আৰু দাইল একেলগে ঘিঁউ বা তেলত মছলা আদি দি সিজোৱা আহাৰ৷ কেতিয়াবা চাউল দাইলৰ লগত আলু বা আন পাছলিও দিয়া হয়৷